← ফুৰি যাওক

ঢৌ উঠ্

অৰ্থ

1.

তৰঙ্গ উঠ্

to rise and fall, as a wave

2.

বৰকৈ প্ৰকাশিত হ (প্ৰায় বেয়া কথা)

to be noised abroad

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢৌ উঠ্ · অসমীয়া অভিধান