ঢোলোকা
অৰ্থ
1.
ঢৌ বা বতাহৰ কোবত নাবত এবাৰত সোমোবা পানীৰ জোলোকা
the quantity of water dashed into or shipped by a boat at a time
বি.
2.
পানীত পৰা মানুহৰ এবাৰত পেটৰ ভিতৰলৈ সোমোবা পানীৰ জোলোকা
the quantity of water swallowed at a time by a drowning person
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ