ঢোলোকনি
ḍholokani
অৰ্থ
1.
পাত্ৰৰ মুখোদ জুলীয়া বস্ত্ত ওলাই পৰাকৈ খোবা জোকাৰ
the spilling of liquid out of a vessel shaken violently
বি.
2.
ঢৌ বা বতাহৰ কোবত নাবৰ ভিতৰলৈ সোমোবা পানীৰ জোলোকা
gush of water dashed into a boat by wind or waves
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ