ঢোপ
ḍhopa
অৰ্থ
1.
গোঁসাই-মহন্তসকলে আশীৰ্ব্বাদ কৰি দিয়া তুলসী আদিৰ মালা
a wreath of sacred leaves given by the Gosains as a blessing
বি.
2.
ফোপোলা বা সোপোকা বস্ত্ত ওপৰৰপৰা পৰিলে বা তাত আঘাত কৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the dull sound produced by a hollow or soft body when struck or kicked
বি.
3.
ল'ৰা-ছোবালীয়ে উমলিবলৈ কাপোৰ মেৰাই সজা এটা ঘূৰণীয়া আকৱতিৰ বস্ত্ত বা সৰু টোপোলা
a ball made of cloth for children to play with
বি.
4.
সূতাৰ বহুত নেচা গোটাই বন্ধা ঢোপোলা
to bundle (of yarn)
বি.
5.
গছৰ গুটিৰ ভঁৰাল
capsule; a pod; a ball
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ