ঢোকা
ḍhokā
অৰ্থ
1.
2.
হি. সন্দেহ; আশঙ্কা
doubt; hesitation
3.
কোনো বস্ত্তক কাতি হৈ নপৰাকৈ ৰাখিবলৈ লগোবা বাঁহ আদিৰ ঠেকা
a prop
বি.
4.
আশ্ৰয়; সহায়
refuge; support
বি.
5.
বিয়া নকৰাকৈ তিৰোতাত চাপি থকা মানুহ
a man living at the house of a woman, as her husband
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ