← ফুৰি যাওক

ঢেলা

ḍhelā

অৰ্থ

1.

শেঁতা; নিস্তেজ

pale

বিণ.

2.

মেঘে ঢকাৰ কাৰণে ভালকৈ ৰ'দৰ পোহৰ নোহোবা (বতৰ)

cloudy

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢেলা · অসমীয়া অভিধান