← ফুৰি যাওক

ঢেঁকা

ḍhem̐kā

অৰ্থ

1.

এমূৰে ভাজ থকা লোক নিয়াৰি [ইয়াৰে কাঁহৰ পাত্ৰ ঘূৰণীয়া কৰে।]।

বি.

2.

উলুবনেৰে পঘা তৈয়াৰ কৰিবলৈ পকোবা গুণ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ