← ফুৰি যাওক

ঢুকি পা

ḍhuki, pā

অৰ্থ

1.

হাতেৰে লগ পা

to reach by the hand

2.

বুজি পা

to understand; to comprehend

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢুকি পা · অসমীয়া অভিধান