← ফুৰি যাওক

ঢাপত গজা

অৰ্থ

1.

এনেই গজা বা হোবা, জোহৰাৰ দৰে; খিলঞ্জীয়া নোহোবা (মানুহ)

a term of ridicule applied to a person of doubtful origin

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢাপত গজা · অসমীয়া অভিধান