← ফুৰি যাওক

ঢাকনি

অৰ্থ

1.

আচ্ছাদন; সাঁফৰ

a cover; a lid

বি.

সমাৰ্থক শব্দ

2.

ঢকা বা লুকুওবা কাৰ্য্য।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢাকনি · অসমীয়া অভিধান