← ফুৰি যাওক

ঢলো-পৰো

ḍhalo-paro

অৰ্থ

1.

হাবাথুৰি খাই; পৰোঁ পৰোঁ হোবাকৈ (লৰ মৰা); যেনে-"ঢলো-পৰো কৰে পলাই পাচক নচাই" (ৰুক্মিণী-হৰণ)

ক্ৰি. বিণ.

2.

ঢলং-পলং।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢলো-পৰো · অসমীয়া অভিধান