← ফুৰি যাওক

ঢলা

ḍhalā

অৰ্থ

1.

গলোবা ধাতু সাঁচত ঢলাই কোনো বস্ত্ত নিৰ্ম্মাণ কৰা

to cause to be cast or founded

অক. ধা.

2.

ঢলুবা; সাঁচত ঢালি গঢ়া

cast; moulded

বিণ.

3.

হলা; এঢলীয়া কৰ্; কাতি কৰ্

to cause to incline

সক. ধা.

4.

গুৰি কাটি মাটিত পেলা; . কৱদ

to fell, as a tree

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ