ঢলং-পলং
ḍhalam-palam
অৰ্থ
1.
টলং-ভটং
rocking or rolling as a boat
বিণ.
2.
খৰক-বৰক; অস্হিৰ; হেঁকেৰ-পেকেৰ; হেলেং-পেলেং
unsteady
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ḍhalam-palam
টলং-ভটং
rocking or rolling as a boat
বিণ.
খৰক-বৰক; অস্হিৰ; হেঁকেৰ-পেকেৰ; হেলেং-পেলেং
unsteady
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ