ঢঙা
ḍhaṅā
অৰ্থ
1.
বিলাস-প্ৰিয়; ওখ-ডাঙৰ কিন্ত্ত কামিলা বা শকত নোহোবা; ঢিলা-সোলোকা; যেনে-"ঢঙা মানুহ"
fond of pleasure; stout but weak; easy-going; indolent
বিণ.
2.
সেৰসেৰীয়া; ৰসাল কিন্ত্ত সোবাদ নথকা
tasteless; insipid
বিণ.
3.
ওখ-ডাঙৰ কিন্ত্ত বৰকৈ গুটি নধৰা; যেনে-"টহা গছ"
unfruitful; unproductive
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ