← ফুৰি যাওক

ঢকা-ঢমকা

ḍhakā-ḍhamakā

অৰ্থ

1.

মেঘৰপৰা ওলায়েই মাৰ য়োবা (ৰ'দ)

a slap on any part of the human body except on the head; a strike given with the open hand

বিণ.

সমাৰ্থক শব্দ

2.

মেঘৰপৰা ওলায়েই মাৰ যোবা (ৰ'দ); এবাৰ ওলাই আকৌ মাৰ যোবা

breaking out through the cloud and disappearing soon after, as subshine

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢকা-ঢমকা · অসমীয়া অভিধান