← ফুৰি যাওক

ঢক্ ঢক্

ḍhak, ḍhak

অৰ্থ

1.

সৰু-ডিঙীয়া পাত্ৰৰপৰা পানী ওলাওঁতে বা মানুহে বৰ ডিঙি মেলি হাঁহোঁতে হোবা শব্দ

an imitative word used to express the sound like that of water poured out of narrow-necked vessel or a loud laughter

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢক্ ঢক্ · অসমীয়া অভিধান