← ফুৰি যাওক

ডোবাৰ বান্ধ্

অৰ্থ

1.

তাঁত বৈ অন্ত হ'বৰ হ'লে বাজ-ডোবাৰ বওঁতাৰ ওচৰ চপাই আনিবৰ কাৰণে তাক টোলোঠাৰপৰা এৰুবাই জৰীৰে দীঘল কৰি বান্ধি দি

to lengthen the warp attaching strings to the further end of the same

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডোবাৰ বান্ধ্ · অসমীয়া অভিধান