← ফুৰি যাওক

ডেকেৰুবা

ḍekerubā

অৰ্থ

1.

ডেকা বয়স পোবা; উৰিব পৰা; উৰণীয়া (চৰাই)

young; able to fly, as a bird

বিণ.

2.

কিছু ডাঙৰ হোবা (মাছৰ পোবালি)

somewhat grown up

বিণ.

3.

ডেকা ওকণি

a full-grown louse

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডেকেৰুবা · অসমীয়া অভিধান