← ফুৰি যাওক

ডেকা

ḍekā

অৰ্থ

1.

যুবা

young

বিণ.

2.

যুবা পুৰুষ

a young man

বি.

3.

সৰু জন; কনো এক বিষয়াৰ বংশৰ বিষয় খোবা জনৰ সম্পৰ্কীয় মতা মানুহ যি আগলৈ সেই বিষয় পাব পাৰে

the junior relation of a person holding a certain office who is entitled to succeed to that office

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডেকা · অসমীয়া অভিধান