← ফুৰি যাওক

ডুব্

ḍub

অৰ্থ

1.

বুৰ যা; পানীৰ তললৈ যা

to sink; to be drowned

অক. ধা.

2.

নষ্ট যা; নাইকিয়া হ

to be ruined; to cease to live or exit

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডুব্ · অসমীয়া অভিধান