← ফুৰি যাওক

ডিৰা

ḍirā

অৰ্থ

1.

অকল; সুকীয়া; আনৰ লগত মিহলি নোহোবা; যেনে -"ডিৰা বাওঁ"

single; separate; unmixed

বিণ.

2.

যোৰ নথকা (মুগা-চকৰী)

wihtout a mate

বিণ.

3.

পোবালি নোহোবা (মাইকী জন্ত্ত)

having no offspring

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডিৰা · অসমীয়া অভিধান