ডিঙৰা
ḍiṅarā
অৰ্থ
1.
মাজ-বহল আৰু দুই মূৰে অলপ চেপ এবিধ বাঁহৰ কাঠীৰে সজা মাছ ধৰা যতন
a kind of fish trap
বি.
সমাৰ্থক শব্দ
2.
মাছ ধৰা ডিঙৰাৰ দৰে লোৰে সজা আৰু তাত মানুহ সুমুবাই দণ্ড দিয়া এবিধ যতন
a kind of iron cage for punishing criminals
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ