← ফুৰি যাওক

ডাঁহী

ḍām̐hī

অৰ্থ

1.

ডঁহাৰ স্ত্ৰী।

বি.

2.

এবিধ বৰ খঙাল আৰু ডাঙৰ ফেঁটী সাপ [ইয়াৰ তিনিবিধ-কুকুৰা-ডাঁহী, তৰা-ডাঁহী, ৰৰ ডাঁহী।]

the Hamadryad; a species of very aggressive hooded snake; Ophiophagus elaps

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ