← ফুৰি যাওক

ডাঁৰ

ḍām̐ra

অৰ্থ

1.

ডাঁৰিকী; বৰ দীঘল মাৰি

a long pole

বি.

2.

নাল লগোবা ব'ঠা

an oar having a spliced handle

বি.

3.

আঠ পৰ বা ষাঠি পলৰ পৰিমাণৰ কাল; দিন- ৰাতিৰ ষাঠি ভাগৰ এভাগ

one sixtieth part of a day and night; 24 minutes

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডাঁৰ · অসমীয়া অভিধান