← ফুৰি যাওক

ডাব

ḍāba

অৰ্থ

1.

নপকা বা কুমলীয়া নাৰিকল

a green or unripe cocoanut

বি.

2.

জপাই বা মোকোটাই কটাৰী সুমাই ৰখা নাল

folding-handle; a handle serving as the case of a knife

বি.

3.

তাল বা তামোল জাতিৰ গছৰ ফুলৰ বাহ

the calys or spathe of betel-nut, palm tree, etc.

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ