← ফুৰি যাওক

ডাঙৰীয়া

ḍāṅarīẏā

অৰ্থ

1.

বুঢ়াগোহাঁই; বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই,-এই তিনিজনা মন্ত্ৰী (আহোম ৰজাৰ দিনৰ)

the three ministers of Ahom state

2.

মান্যবান মানুহ; বৰ লোক

a respectable man; a noble man; a grandee

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ