← ফুৰি যাওক

ডাঙৰ

ḍāṅara

অৰ্থ

1.

বৱহৎ; বৱহৎ আকাৰৰ

big; large

বিণ.

2.

দীঘল-বহল

spacious

বিণ.

3.

মোটা

fat

বিণ.

4.

বৰ; শ্ৰেষ্ঠ

superior; great

বিণ.

5.

প্ৰবল

violent

বিণ.

6.

বয়সীয়া

grown up

বিণ.

7.

দায়িত্বপূৰ্ণ

responsible

বিণ.

8.

গধুৰ

heavy

বিণ.

9.

গুৰু

serious

বিণ.

10.

শ্ৰেষ্ঠ মানুহ; বয়সিয়াল মানুহ

an elderly or respectable person

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডাঙৰ · অসমীয়া অভিধান