ডাক
ḍāka
অৰ্থ
1.
এজন আগৰ কালৰ জ্ঞানী মানুহ [তেওঁ কৰা ৰচনাবিলাকক ডাক-চৰিত, ডাকৰ বচন বা.
বি.
2.
চিঠি আদি এঠাইৰপৰা আন ঠাইলৈ অনা-নিয়াৰ উপায়; ডাকত অহা বা পঠিওবা চিঠি আদি
mail post
বি.
3.
দূৰে ঠাইলৈ যাওঁতে সলনি কৰি কৰি ব্যবহাৰ কৰিবলৈ বেলেগ বেলেগ ঠাইত ৰখা বাহন; তেনে বাহন আদি খোবা ঠাই বা ঘৰ
relay of horses, etc., a place where such relays are kept
বি.
4.
মতা কুকুৰাৰ মাত
the crowing of a cock
বি.
5.
উচ্চ শব্দ; চিয়ঁৰি মতা মাত
a loud sound or voice
বি.
6.
মতা কুকুৰাৰ দৰে মাৎ
to crow
সক. ধা.
7.
উচ্চ শব্দ কৰ্; ডাঙৰকৈ মাৎ
to cry out; to bawl
বি.
8.
ডাঙৰ শব্দেৰে আহিবলৈ ক; চিয়ঁৰি মাৎ
to call loudly
বি.
9.
(পু. অ.) খেদাই দি, যেনে-"দেশৰ ডাকিলা মোক পুত্ৰৰ বিবাদে। তীৰ্থ কৰি ফুৰোঁ মই কৱষ্ণৰ প্ৰসাদে" (কীৰ্ত্তন)
to drive out; to expel
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ