← ফুৰি যাওক

ডলুবা

ḍalubā

অৰ্থ

1.

ডৌলা; যেনে-"সুবৰ্ণৰ ডলুবা যে শঙ্কৰে দিলন্ত" (শঙ্কৰ-চৰিত)।

2.

গছত বা গছৰ ডালত থকা; যেনে-"ডলুবা বান্দৰ"

living on a tree

বিণ.

3.

ডালৰ; ডাল-সম্পৰ্কীয়

belonging to or connected with a branch

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডলুবা · অসমীয়া অভিধান