← ফুৰি যাওক

ডৰা-ডৰ

অৰ্থ

1.

অনেক খণ্ড হোবা; অনেক খণ্ড কৰি ভাগ কৰা; খন্দা খন্দা

divided into small plots or compartments

বিণ.

2.

কোবাবাত অথালি-পথালি হৈ সাঁচ বহা

lacerated (as by flogging)

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডৰা-ডৰ · অসমীয়া অভিধান