← ফুৰি যাওক

ডম্বৰু

ḍambaru

অৰ্থ

1.

ভিতৰ-ফোঁপোলা, মাজ-চিয়াঁ আৰু দুই- মূৰ-ঘূৰণীয়া আৰু ছালেৰে ছোবা এবিধ বাদ্য

a small drum shaped like a sand or hour-glass and held in one hand

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডম্বৰু · অসমীয়া অভিধান