← ফুৰি যাওক

ডবিয়া

ḍabiẏā

অৰ্থ

1.

ডাবি দি; ধমক দি; তিৰস্কাৰ কৰ্; ডাঙৰ মাতেৰে খং প্ৰকাশ কৰ্; . কৱদ

to menance; to scold; to chide with anger

সক. ধা.

2.

তামোল বা সেই জাতিৰ আন গছৰ দৰে ফুল ধৰ্; ডাবি মেল্

to put forth flowers, as a tree of the palm family (betel-nut, cocoanut, palm, etc.)

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডবিয়া · অসমীয়া অভিধান