← ফুৰি যাওক

ডকা

ḍakā

অৰ্থ

1.

যৰ বেগেৰে বৈ যাওঁতে নৈৰ তলিত খুন্দা খাই হো হো শব্দ কৰি ওপৰলৈ উঠি চাৰিওফালে মেল খাই যোবা পানী

a current of water rising up to the surface in a circle with a roaring noise

বি.

2.

ডাবি দি বা ডাঙৰকৈ মাতি আগলৈ খেদা; যেনে-"অক্ৰুৰে লই যান্ত ঘোড়া ডকাই" (কীৰ্ত্তন)

to drive, as a horse

সক. ধা.

3.

নিলামত কোনো বস্ত্ত বা কোনো বস্ত্তৰ ব্যবহাৰ বা স্বত্ব বিক্ৰী কৰা; যেনে-"চৰকাৰে ঘাট ডকাইছে"

to cause to be sold by auction

সক. ধা.

4.

গোটা মনা বস্ত্ত বা তেজ; ., অক. ধা. ডকা মাৰ্ ডকা বান্ধ; গোটা মাৰ্

clot, as of blood ; to clot

বি.

5.

দপনা; মাছ বা মঙহৰ ডাঙৰ খুটুৰা

a large piece of fish or flesh

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডকা · অসমীয়া অভিধান