ঠোলা
ṭholā
অৰ্থ
1.
গছৰ পাত বা, হাত কোঁচাই মাজৰ ভাগ খালি কৰি কৰা পাত্ৰ
a leaf or hand contracted into a hollow
বি.
2.
গছৰ পাত তুলাপাত আদি মেৰ খুবাই মুখলৈ বহল, তললৈ জোঙাকৈ সজা দীঘলীয়া পাত্ৰ
a conical glass made by rolling up a leaf, paper, etc.
বি.
3.
বেহি; নল লগোবা কোৰোকা
a ladle
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ