ঠোঁটা-মোজা
ṭhom̐ṭā-mojā
অৰ্থ
1.
অলপ বাচ্যা-বাচ্যি; উখনা-উখনি; মৌখিক বিবাদ
slight oral dispute; an altercation
বি.
2.
সল-সলীয়াকৈ ক'ব নোবৰা অবস্হা; কথা কওঁতে ৰৈ ৰৈ যোবা অবস্হা।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ