← ফুৰি যাওক

ঠোকোনা

ṭhokonā

অৰ্থ

1.

হাতেৰে লাহেকৈ মৰা ঠেলা বা আঘাত

a gentle push or stroke with the hand

বি.

2.

মুকুটি।

বি.

3.

আঘাত। নাম-ধা. ঠোকনা; যেনে -"কেহো মুখে ঠোকনাই চবৰাই ধৰি" (দুৰ্গাবৰ, বেউলা-আখ্যান)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ