← ফুৰি যাওক

ঠেহেৰাই, ঠেহেৰ কৰে

অৰ্থ

1.

অকস্মাৎ শব্দ কৰি (বস্ত্ত ফুট্)

with a sudden bursting noise

ক্ৰি. বিণ.

2.

অসন্তোষ প্ৰকাশ কৰি চুম্বক আৰু অস্পষ্টভাবে মাত মাতি

speaking curtly and gruffly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠেহেৰাই, ঠেহেৰ কৰে · অসমীয়া অভিধান