ঠেহেৰ্
ṭheher
অৰ্থ
1.
কোনো বস্ত্ত কিছু কম বেগেৰে ফুটোঁতে হোবাৰ দৰে শব্দ
an imitative word used to express a dull sound like that of bursting of a thing
বি.
2.
অসন্তোষ প্ৰকাশ কৰি হঠাৎ মতা মাত; জেঙেৰা
a gruff or churlish utterance
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ