← ফুৰি যাওক

ঠেহ লাগ্

অৰ্থ

1.

ৰোহ লাগ্; ঠেহ উপস্হিত হ; অসন্তোষ পাই মনত খং হ

to be sullen

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠেহ লাগ্ · অসমীয়া অভিধান