← ফুৰি যাওক

ঠেঙুলি

ṭheṅuli

অৰ্থ

1.

আদা, হালধি আদিৰ ঘাই মূলৰপৰা ওলোবা আঙুলি বা সৰু মূল

a small tuber shooting out from the main root of ginger, etc.

বি.

2.

গছৰ সৰু ডাল; ঠালি

a small twig

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠেঙুলি · অসমীয়া অভিধান