← ফুৰি যাওক

ঠেঙ্গনা

ṭheṅganā

অৰ্থ

1.

কোব মৰা কাৰ্য্য; প্ৰহাৰ; . "পেখি ৰুকমিণীক সখীসব কাহুক ঠেঙ্গনা দেয়, কাহুক গোড়ে মাৰি ভৰ্ৎ সয়।"

beating

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ