← ফুৰি যাওক

ঠেঙা

ṭheṅā

অৰ্থ

1.

ঠেং দুটা বেলেগে সুমাব পৰাকৈ দিয়া আৰু কঁকালৰপৰা ঠেঙৰ তললৈকে পিন্ধা কাপোৰ সাজ

pantaloon; trousers; long breeches

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ