← ফুৰি যাওক

ঠেকা-ঠেকি

অৰ্থ

1.

লগা-লগি; হেঁচা হেঁচি

dense; crammed

বিণ.

2.

এটা বা এডালত আন এটা বা এডাল আওজাই ৰখা

leaning one against the other

বিণ.

3.

হেঁচা-হেঁচি; লগা-লগি

dense; crammed

বি.

4.

লেপলেপীয়া

paste of jellylike; or the consistency of mud

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠেকা-ঠেকি · অসমীয়া অভিধান