ঠেকা
ṭhekā
অৰ্থ
1.
ঢোকা; কোনো বস্ত্ত কাতি হৈ নপৰিবলৈ কাতিকৈ লগোবা খুঁটা
a prop
বি.
2.
দুটা বস্ত্তবে পৰস্পৰক কৰা আঘাত; এটা বস্ত্তবে আন এটা বস্ত্তত মৰা খুন্দা
the mutual striking of two things; a dash or clash
বি.
3.
ঠেক কৰ্
to make narrow
সক. ধা.
4.
ওচৰ চাপ্, আনি দি; প্ৰাপ্ত কৰা
to bring near; to make available
বি.
5.
ঠেকত পেলা; বিপদত পেলা; যেনে-"নাম বলবন্ত এপোনে ঠেকাব"; . কৱদ
to put to trouble
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ