ঠেক্
ṭhek
অৰ্থ
1.
উপস্হিত হ; ওচৰ চাপ; লগালগি হ; খুন্দা খা
to occur; to encounter obstruction
অক. ধা.
2.
খুন্দা মাৰ্; বিপদত পেলা; যেনে-"কোনোবা বিধিয়ে মোক ঠেকিলে বিপাক" (মা. ক., অযোধ্যাকাণ্ড)
to throw into distress
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ