← ফুৰি যাওক

ঠুকুৰা

ṭhukurā

অৰ্থ

1.

ভঁৰালৰ ধৰণীৰ তলত দিয়া কাঠৰ মূঢা বা টুকুৰা; ঠকুৰা

a block of wood, usually a stump of a tree, placed on the ground to support the main beams of the bamboo chāng of a granary

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠুকুৰা · অসমীয়া অভিধান