← ফুৰি যাওক

ঠাকুৰ

ṭhākura

অৰ্থ

1.

বামুণ; পূজা, শৰাধ আদি কাম কৰি খোবা মানুহ; ঈশ্বৰ-পৰায়ণ মানুহ

a Brahmin in general; a priest; a religious man

বি.

2.

প্ৰভু; গোসাঁই; দেব; যেনে-"মোৰে দয়াৰ ঠাকুৰ হৰি" (বৰগীত)

Lord; God

বি.

3.

ভাতৱ ৰন্ধা বামুণ

a cook

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠাকুৰ · অসমীয়া অভিধান