ঠহঠহ কৰে
ṭhahaṭhaha, kare
অৰ্থ
1.
খোঁচা বা বিন্ধাৰ দৰে বেদনা দি (ফুটা)
giving a sharp pricking pain
ক্ৰি. বিণ.
2.
খকুবাৰ দৰে; ঠোঁটে ঠোঁটে
greedily; swallowing one mouthful or breakful after another in quick succession
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ