← ফুৰি যাওক

ঠলৰ্

ṭhalar

অৰ্থ

1.

এটা গুটি বা সেই নিচিনা আন বস্ত্ত ওপৰৰপৰা আন কোনো বস্ত্তৰ ওপৰত পৰোঁতে হোবাৰ নিচিনা শব্দ

an imitative word used to express the sound produced by falling down of fruits or similar hard things on the earth or other hard substances

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠলৰ্ · অসমীয়া অভিধান