ঠৰ লাগ্
অৰ্থ
1.
নলৰা- নচৰাকৈ ৰৈ থাক্; লৰচৰ নকৰাকৈ থাক্
to remain motionless
2.
লৰচৰ নকৰাকৈ থকাত ঠৰঙা হ
to be stiff from want of motion
3.
শৰীৰ বা মনৰ পীড়া বা বিকাৰৰ গতিকে অভিভূত হৈ নিমাত হ; বিচূৰ্ত্তি হৈ নমতা-নোবোলাকৈ ৰৈ থাক্
to be speechless and motionless owing to extreme mental or physical disorder or pain
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ